Vishwakarma Puja

দুৰ্গা পূজা সমাগত। চাৰিওফালে এতিয়া চলিছে পূজাৰ প্ৰস্তুতি। কিন্তু তাৰ আগতে বিশ্বকৰ্মা পূজা।

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী দেশৰ কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু ত্ৰিপুৰা আদি ৰাজ্যত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়। এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়।

visyakarma