results declared

অসম লোক সেৱা আয়োগে শুকুৰবাৰে ইয়াৰ অফিচিয়েল ৱেবছাইটত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২০ৰ ফলাফল ঘোষণা কৰিছে।

অসম চিচিইৰ হৈ অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে এতিয়া তেওঁলোকৰ পৰীক্ষাৰ ফলাফল সমূহ ডাউনলোড কৰিবলৈ এপিএছচি www.apsc.nic.in অফিচিয়েল ৱেবছাইটলৈ যাব পাৰে।

অসম সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০২০, ১২ছেপ্টেম্বৰ ২০২১তাৰিখে অনুষ্ঠিত হৈছিল।

এ.পি.এছ.চি.য়ে এক জাননীত লগতে কয় যে সংযুক্ত প্ৰতিযোগিতামূলক (মুখ্য) পৰীক্ষা, ২০২০ৰ বাবে আবেদন পত্ৰ পূৰণ কৰাৰ তাৰিখ শীঘ্ৰেই জাননী দিয়া হ'ব।