Deadbody Found

এচিয়া মহাদেশৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদৰ মৃত্যু। ৮৯ বছৰ বসয়ত মৃত্যু বৰ্ষীয়ান হাতীটোৰ। বিশ্বনাথৰ বিহালী চাহ বাগিচাত শেহতীয়াকৈ আছিল হাতীটো। পুৱতি নিশা ৩.৩০ বজাত মৃত্যু হয় হাতীটোৰ। বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপানি ৰয় সতীৰ্থসহ গৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।