মাজুলীৰ শালমৰা চৰলা বিলত অচিনাক্ত মৃত দেহ উদ্ধাৰ

deadbody found majuli

■ শালমৰা চৰলা বিলত  স্থানীয় লোকে নদীত উটি অহা খৰি ধৰিবলৈ প্ৰত্যক্ষ কৰে মৃতদেহটো ।

■ মৃতদেহটো গাত এটা নীল চাৰ্ট আছে ।

■ মৃতদেহটো গেলি উৱলি যোৱা অৱস্থা প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে ।

 

Category
Profile picture for user UB Photos