School Fee

ব্যক্তিগত স্কুলে কভিডৰ বাবে ৰেহাই দিব লাগিব ছাত্ৰ ছাত্ৰীৰ  মাচুল।  

ইয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া ৰেগুলেটৰী বৰ্ডে লব সিদ্ধান্ত।  

উচ্চ ন্যায়ালয়ত দাখিল কৰা ৩৯/২০২১নং পিল খনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ জাৰি কৰিছে আদালতে।

লগতে আদালতে স্পষ্ট কৰি দিয়ে যে মাচুল প্ৰদান নকৰা ছাত্ৰ ছাত্ৰীক অনলাইন পাথ দানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।  

কভিদৰ বাবে অভিভাৱক সকলৰ উপাৰ্জন সীমিত হোৱাৰ বাবে মাচুল প্ৰদানত এক আসুবিধাৰ সৃষ্টি হৈছিল।  

সেইবাবেই  পিল খনৰ জৰিয়তে মাচুল হ্ৰাসৰ আবেদন কৰিছিল।