Sidharth Death

অনুৰাগীক কন্দুৱাই গুচি গ’ল সিদ্ধাৰ্থ শুকলা। বৃহস্পতিবাৰে অভিনেতা সিদ্ধাৰ্থ শুকলাৰ বিয়োগত মৰ্মাহত হৈ পৰিছে অনুৰাগী।

জনপ্ৰিয় টিভি আৰু বলিউডৰ অভিনেতা সিদ্ধাৰ্থ শুকলাই বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয়। হাৰ্ট এটেক হোৱাত মাত্ৰ ৪০ বছৰ বয়সত মুম্বাইৰ কুপাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

Sidharth Shukla