Boko

ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত চাঞ্চল্যকৰ ঘটনা। বোৱাৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহু সহ এগৰাকী মহিলাৰ।

মৃত্যু (৫৫)সুশীলা বড়ো আৰুপ্ৰতিভা ৰাভাৰ। প্ৰতিভা ৰাভাৰ ঘৰ পলাশবাৰীৰ ৰাজাপাৰাত। 

আঘাতপ্ৰাপ্ত অৱস্থাতে শাহু সুশীলা বড়ো চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত মৃত ঘোষণা কৰে চিকিৎসকে । আনহাতে এই ঘটনাত আহত কাম কৰা ছোৱালী শিৱানী ৰাভা।

হত্যাকাৰীৰ বোৱাৰী উত্তৰা বড়োক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে। পাৰিবাৰিক কন্দলৰ বাবে পৰিকল্পিত আক্ৰমণ উত্তৰা বড়োৰ।