BH Series

দেশৰ সকলো নাগৰিকে এতিয়াৰে পৰা বিচাৰিলেই সলনি কৰিব পাৰিব নিজৰ গাড়ীৰ নম্বৰ প্লেট।

যেতিয়া কোনোবা ব্যক্তি চাকৰি অথবা ব্যৱসায়িক কাৰণত ৰাজ্য এৰি বহিঃৰাজ্যলৈ যায় তেতিয়া নিজৰ গাড়ীখনৰ নম্বৰৰ সমস্যাটো ৰৈযে যায়। এনেবোৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্থায়ী সমাধানৰ বাবে নতুন পদক্ষেপৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।