ubphoto

মানৱ দেহত বিভিন্ন ধৰণৰ হাড় থাকে। হাড়সমূহ সংযুক্ত হৈ থকা অংশটোক গাঁঠি বা জইন্ট বুলি কোৱা হয়।জইণ্টসমূহে শৰীৰটোক লৰচৰ কৰা আৰু স্থিতিশীল অৱস্থাত ৰখাত সহায় কৰে। ফলত আমাৰ দৈনন্দিন কার্যাবলী যেনে- চলা-ফুৰা, দৌৰা, জপিওরা আদিত সহজ হৈ পৰে। কিন্তু বয়সৰ লগে লগে জইন্টসমূহ দুর্বল হয়। জইণ্টৰ ভিতৰত থকা লুব্রিকেটিং ফ্লুইড অর্থাৎ পিছল ৰসৰ পৰিমাণ হ্রাস পালে জইন্ট টান আৰু কম নমনীয় হৈ পৰে। ফলত স্বাস্থ্যৰ ক্ষতি আৰু আঁঠুৰ বিষ আদিৰ দৰে সমস্যা আৰম্ভ হয়। সেয়ে বৃদ্ধ বয়সত গাঁঠি বা জইন্টসমূহ কাৰ্যকৰী কৰি ৰখাৰ বাবে সাৱধানতা অৱলম্বন কৰা দৰকাৰ। উল্লেখ কৰা হ'ল হাড়ৰ গাঁঠি বা জইন্ট সক্ৰিয় 
কৰি ৰখাৰ উপায়-