Soft Chapati

কোমল কোমল ৰুটি সকলোৰে প্ৰিয় নহয়নে! কিন্তু ৰুটি যদি কোমল নহয় খাবলে একেবাৰে ভাল নহয়। পিছে আপুনি বনোৱা ৰুটিখন কোমল হয়নে? আপোনাৰ ৰুটিখন কেনেকৈ কোমল কৰিব? ৰুটি কোমল কৰিবলৈ কিছুমান নিয়ম মানি চলিব পাৰে…

প্ৰথমে, আটা গুড়িখিনি কুহুমীয়া পানীৰে মঠি লওক। আৰু যেতিয়া আপুনি আটাগুৰিখিনি মঠিব চাৰিওফালে সমান চাপ দিব যাতে আপোনাৰ ৰুটিখন কোমল হয়।