দেশত শীঘ্ৰেই আৰম্ভ কৰা হ’ব হাইস্পীড বুলেট ট্ৰেইন । প্ৰথম পৰ্যায়ত ২৪খন ট্ৰেইন চলিব মহাৰাষ্ট্ৰ-গুজৰাটৰ মাজত ।
উল্লেখ্য যে, প্ৰথম পৰ্যায়ত মুম্বাই-আহমেদাবাদৰ মাজত চলিব এই হাইস্পীড বুলেট ট্ৰেইন । ১ লাখ ৮ হাজাৰ কোটি টকাৰে চলিছে প্ৰকল্প নিৰ্মাণৰ কাম । ২০৩০ৰ ভিতৰত প্ৰথম পৰ্যায়ৰ কাম সম্পন্ন কৰাৰ লক্ষ্য । ক্ষিপ্ৰতাৰে চলিছে এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম । ২০৩০ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰে’ল মন্ত্ৰালয়ৰ । বুলেট ট্ৰেইনক লৈ NF ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক ।
Category
- Log in to post comments