হঠাৎ আকাশৰ পৰা সৰি পৰিল এটা বগা বেলুন; তাৰ পাছতে হুৱাদুৱা.......

hajo

হাজোৰ দামপুৰৰ আমদলাত এক চাঞ্চল্যকৰ ঘটনা । হঠাৎ এগৰাকী লোকে আকাশত প্ৰত্যক্ষ কৰে এটা বগা বেলুন । বেলুনটো আকাশৰ পৰা লাহে লাহে তললৈ নামি আহি হাজোৰ দামপুৰৰ আমদলাত সৰি পৰে । এই সমগ্ৰ ঘটনাটো সংঘটিত হয় এজন ব্যক্তিৰ সন্মুখত।

hajo

জানিব পৰা মতে, পথাৰলৈ যোৱাৰ সময়ত এই বেলুনটো প্ৰত্যক্ষ কৰে ব্যক্তিজনে । বেলুনটোৰ ভিতৰত উদ্ধাৰ হৈছে এটা সক্ৰিয় মেচিন। মেচিনটো কোৰিয়াত নিৰ্মাণৰত বুলি উল্লেখ আছে। ব্যক্তিগৰাকীয়ে এই বিষয়ে ৰাইজক অৱগত কৰাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্য। 

Hajo

আনহাতে, এই ঘটনাৰ নেপথ্যত কি আছে, সেয়া জানিবলৈ কৌতূহল পৰিলক্ষিত হৈছে ৰাইজৰ মাজত।

Category
Profile picture for user UB Photos