গ্ৰীস্মৰ বন্ধত পাঠদান সন্দৰ্ভত জাৰী কৰা হোৱা নাই কোনো নিৰ্দেশনা। বিদ্যালয় শিক্ষা বিভাগ বা সমগ্ৰ শিক্ষা অভিযানে দিয়া নাই নিৰ্দেশনা।
স্বেচ্ছাই আগ্ৰহী শিক্ষকক পৰিপূৰক শ্ৰেণী বা সহপাঠ্যক্ৰমৰ কাৰ্যকলাপৰ বাবে পৰামৰ্শ। টুইটযোগে এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
Category
- Log in to post comments