সাধু, সন্ত আৰু ভক্তৰ সমাহাৰেৰে উখল মাখল নীলাচলৰ বুকু, চাওক শক্তিপীঠৰ কেইখনমান বিশেষ ফটো

Sadhu

মা কামাখ্যা ধামৰ মহা অম্বুবাচী মেলাৰ আজি দ্বিতীয়টো দিন।

1

দেশ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু, সন্ত আৰু ভক্তৰ সমাহাৰেৰে উখল মাখল নীলাচলৰ বুকু।

2

মেলালৈ অহা বিচিত্ৰ বেশভূষাৰ সাধু, সন্ত কৌতূহলৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সাধাৰণ ভক্তৰ।

3

অম্বুবাচী উপলক্ষে বন্ধ ৰখা মন্দিৰৰ দুৱাৰ পুনৰ খোল খাব ২৬ জুনত।

4

 

Category
Profile picture for user UB Photos