নিযুক্তিৰ পিছতো আইনি বাধাৰ সম্মুখীন শিক্ষক! আদালতত হাজিৰ হ'ব লাগিব ৫২০০ সদ্য নিযুক্ত শিক্ষক।

Ranoj Pegu

নিযুক্তিৰ পিছতো আইনি বাধাৰ সম্মুখীন শিক্ষক। ৫২০০ সদ্য নিযুক্ত শিক্ষক হাজিৰ হব লাগিব আদালতত। নিযুক্তিৰ পূৰ্বেই এই ৫২০০ শিক্ষকৰ নিযুক্তি সন্দৰ্ভত অব্যাহত আছিল গোচৰ। আদালতে পূৰ্বতে নিৰ্দেশ দিছিল যে চৰকাৰে নিযুক্তি প্ৰদান কৰিব পাৰিব, কিন্তু চলিত গোচৰটোৰ ৰায়ৰ ওপৰত নিৰ্ভৰ হব নিযুক্তি। সেয়ে আদালতে এটা পক্ষ কৰি শুনানি লব এইসকল শিক্ষকৰ।

Category
Profile picture for user UB Photos