CID অফিচত হাজিৰ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা আভাজ্য়োতি ৰাভা।

Abha

দিনৰ পিছত দিন গৈছে। কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্ততে SI জোনমণি ৰাভাৰ মৃত্যু। ইটোৰ পিছত সিটো ন ন তথ্য পোহৰলৈ আহিছে জোনমণি ৰাভাৰ মৃত্যুৰ। আজি CID অফিচত উপস্থিত হৈছে জোনমণি ৰাভাৰ মৃত্যুত নাম সাঙোৰ খোৱা আভাজ্যোতি ৰাভা। লগতে হাজিৰ হৈছে আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাও। ঘটনা সন্দৰ্ভত CID য়ে তলব কৰিছে দুয়োজনক। এতিয়াও জেৰা অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াই। পোহৰলৈ আহিব নে SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য?

Category
Profile picture for user UB Photos