ৰাজ্য কঁপাইছিল মহানগৰীৰ ডাবল মাৰ্ডাৰৰ ঘটনাই।এই হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল বন্দনা কলিতা। স্বামী আৰু শাহুক হত্যা কৰি মেঘালয়ত মৃতদেহ পেলাইছিল বন্দনাই। বন্দনা কলিতাক সহায় কৰিছিল অৰূপ ডেকা আৰু ধনটি ডেকাই। শেহতীয়াকৈ জিলা সত্ৰ আদালতে পালে বন্দনা কলিতা সহ তিনি অভিযুক্তৰ গোচৰ। ৮ জুনত ধাৰ্য কৰা হব পৰৱৰ্তী তাৰিখ। সেইদিনা অভিযোগ আৰোপ কৰিব আদালতে। তিনি অভিযুক্ত, বন্দনা,অৰূপ, ধনটিক, সেইদিনা হাজিৰ কৰা হব আদালতত । সত্ৰ আদালতত চলিব তিনিও জনৰ বিচাৰ প্ৰক্ৰিয়া।
Category
- Log in to post comments