পুনৰ সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ! বিদ্যুতৰ পিছত এইবাৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

Price Hike

পুনৰ জনসাধাৰণৰ ওপৰত মাধমাৰ। বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৫০ পইছা। প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৫১ পইছা। মূল্যবৃদ্ধিক লৈ গ্ৰাহকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া।

Category
Profile picture for user UB Photos