ব্যতিক্ৰমী বিয়া! হোমৰ গুৰিত বহিল ৫০ উৰ্ধ্বৰ ২০ যোৰা দৰা-কইনা

Majuli Biaaa

মাজুলীৰ বৰমুকলিত সামূহিক বিবাহ। হোমৰ গুৰিত বহিল ৫০ উৰ্ধ্বৰ ২০ যোৰা দৰা-কইনা। সামাজিক ৰীতি-নীতিৰে বিবাহ সম্পন্ন হ'ল ককা-আইতাৰ।ককা-আইতাৰ বিয়াত আনন্দ-উল্লাস নাতি-নাতিনীৰ। বিবাহ অনুষ্ঠানক লৈ উৎফুল্লিত গাঁওবাসী। 

Category
Profile picture for user UB Photos