মুকলি আকাশৰ তলত জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাক চালক। 

Junmoni Rabha

এতিয়াও পোহৰলৈ অহা নাই SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ মাজতেই আজি জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাকচালক সুমিত কুমাৰে লাভ কৰিলে জামিন। ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৪২৭/৩০৪ ধাৰাত সুমিতৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। জখলাবন্ধা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল সুমিত কুমাৰে। আত্মসমৰ্পণৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল সুমিত কুমাৰক। জামিন লাভৰ পাছতেই উত্তৰ প্ৰদেশৰ বাসগৃহত উপস্থিত সুমিত।  
 

Category
Profile picture for user UB Photos