
আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল॥

১০ বজাত ঘোষণা হ'ব ফলাফল॥

১০ টাকৈ ৱেবচাইটত উপলব্ধ হ'ব ফলাফল॥

ৱেবচাইট সমূহ হৈছে- sebaonline.org, resultsassam.mic.in, indiaresults.com, results.shiksha, assam.shiksha, exametc.com, schools9.com,assamresult.in, jagranjosh.com, vidyavision.com
টুইটৰ জৰিয়তে ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ॥
Category
- Log in to post comments