এতিয়াৰ পৰা শিক্ষানুষ্ঠানত নচলিব জিন্স-টি-চাৰ্ট , পিন্ধিব  লাগিব ফৰ্মেল পেন্ট- চাৰ্ট

Teacher News

ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শিক্ষানুষ্ঠানত জিন্স, লেগিংছ, টি-চাৰ্ট পৰিধানত নিষেধাজ্ঞা। শিক্ষকে পিন্ধিব লাগিব ফ'ৰ্মেল চাৰ্ট-পেন্ট। আৰু শিক্ষয়িত্ৰীয়ে পিন্ধিব লাগিব মেখেলা চাদৰ, শাৰী।  

Category
Profile picture for user UB Photos