মগজুৰ ৰক্তক্ষৰণ আৰু হৃদক্রিয়া বন্ধ হৈ মৃত্যু জোনমণি ৰাভাৰ! মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য॥

Junmoni

জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য॥ দেহৰ ভিন্ন স্থানত আঘাত পাইছিল জোনমণিয়ে॥জোনমণি ৰাভাৰ মূৰৰ পিছ অংশতহে গুৰুতৰ আছিল আঘাত৷

1

আঘাতৰ বাবে প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল জোনমণিৰ৷ আঁঠু, ভৰি, কিলাকুটি আৰু কপালৰ লগতে তলপেটতো আঘাতৰ চিন স্পষ্ট৷

2

পিঠি, বহু স্থানত কামিহাড় ভঙাৰ তথ্যও স্পষ্ট হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত৷ 

Category
Profile picture for user UB Photos