পুনৰ গুৱাহাটী আৰক্ষীৰ জালত ভিক্টৰ দাস।এইবাৰ মাৰপিটৰ গোচৰত আটক বিতৰ্কিত ভিক্টৰ

Victor

পুনৰ গুৱাহাটী আৰক্ষীৰ জালত ভিক্টৰ দাস। মাৰপিটৰ গোচৰত আটক বিতৰ্কিত ভিক্টৰ দাস। পল্টনবজাৰ আৰক্ষীয়ে আটক কৰিছে ভিক্টৰক। লাচিত নগৰৰ এটা শৈক্ষিক প্ৰতিষ্ঠানত মাৰপিটত লিপ্ত হৈছিল ভিক্টৰ । ২জনকৈ লোকক প্ৰহাৰৰ অভিযোগ ভিক্টৰৰ বিৰুদ্ধে। মাৰপিটৰ লগতে প্ৰতিষ্ঠানটোৰ কম্পিউটাৰসহ আচবাব ভঙাৰো অভিযোগ। বৰ্তমান পল্টনবজাৰ থানাত আছে ভিক্টৰ দাস। 

Category
Profile picture for user UB Photos