অহা 23মে'ৰ পৰা আৰম্ভ হব ডাবল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাৰ বিচাৰ প্ৰক্ৰিয়া। ধনটি ডেকা আৰু অৰূপ ডেকাৰো আৰম্ভ হ'ব বিচাৰ প্ৰক্ৰিয়া। JMFC-1 শ্ৰীমতী কে, ভট্টাচাৰ্যৰ আদালতত চলিব গোচৰ । আদালতত পঞ্জীয়ন হোৱা গোচৰটোৰ নম্বৰ হৈছে PCR-738/2023। ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২, ২০১আৰু ৩৪ নং ধাৰা আৰোপ কৰা হৈছে তিনিওৰে ওপৰত। ২৩মে'ত কাৰাগাৰৰ পৰা আদালতত হাজিৰ কৰা হব তিনি অভিযুক্তক।
Category
- Log in to post comments