ইটোৰ পিছত সিটো অঘটন NHPC ত.... যিকোনা মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতিৰ।

NHPC

গেৰুকামুখৰ NHPCৰ প্ৰকল্পত পুনৰ অঘটন। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ। অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে জলস্তৰ বৃদ্ধি পাইছে NHPC ত। ক’ফা বান্ধ ভাঙি মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী। ক’ফাৰ বান্ধ ভাঙি যোৱাত আহিছে গুৰুতৰ ভাবুকি।

Category
Profile picture for user UB Photos