ভাতৃস্নেহৰ অপূৰ্ব নিদৰ্শন! শয্যাগত ৰোগীয়া ককায়েকক আলপৈচান ভাতৃৰ॥

Brother
পিতৃ-মাতৃহীন দুই ভাতৃৰ কঠোৰ জীৱন সংগ্ৰাম॥ নগাঁও মৰিকলঙৰ ৰূপম বৰা ২০২১ চনৰ পৰা শয্যাগত॥ গুৱাহাটীৰ পৰা স্কুটীৰে ঘৰলৈ গৈ থাকোঁতে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত পতিত হৈ শয্যাগত হ'ল ৰূপম॥ নিষ্ঠুৰ নিয়তিয়ে দুমাহ পূৰ্বে কাঢ়ি লৈ গ'ল মাতৃকো। তাৰ পিছৰে পৰা ৰূপমৰ ভাতৃয়েই আলপৈচান ধৰিছে ৰূপমক। এয়াই যেন ভাতৃস্নেহৰ অপূৰ্ব নিদৰ্শন ।
Category
Profile picture for user UB Photos