অসমত জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী... জন্মদিনত মা-কামাখ্যাৰ আশীষ বিচাৰি আহিল অভিনেত্ৰী গৰাকী।

Rani MukherjiUb

আজি বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ জন্মদিন। জন্মদিনৰ দিনটোত মা-কামাখ্যাৰ আশীষ বিচাৰি অসমত উপস্থিত হলহি অভিনেত্ৰী গৰাকী। অনুৰাগীসকলে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে অভিনেত্ৰী গৰাকীক।

 

                  

Category
Profile picture for user UB Photos