পঞ্জাৱৰ পৰা ৬ খালিস্তানীক অনা হৈছে ডিব্ৰুগড়লৈ

Amritpal Singh

পঞ্জাৱৰ পৰা ৬ খালিস্তানীক অনা হৈছে ডিব্ৰুগড়লৈ


পঞ্জাৱৰ উত্তপ্ত পৰিস্থিতিৰ বাবে ডিব্ৰুগড়লৈ স্থানান্তৰ খালিস্তানীক


বায়ুসেনাৰ বিমানযোগে অনা হয় কেইবাজনো কাৰাবন্দীক


ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত কটকটীয়া ব্যৱস্থা


বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় কাৰাগাৰলৈ কটকটীয়া নিৰাপত্তা বেষ্টনি


ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ’ব অভিযুক্তক


কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদত নিশ্চিদ্ৰ নিৰাপত্তা


অমৃত পাল সিঙকো ডিব্ৰুগড়লৈ অনাৰ সম্ভাৱনা

Category