ধৰা পৰাৰ ভয়ত শিক্ষকেই জ্বলাই দিছিল বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকত!!!

Assam

আটক হৈছে ইজনৰ পিছত সিজন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত জড়িত মাষ্টাৰ মাইণ্ড। আৰক্ষীৰ জালত পৰা শিক্ষক প্ৰণৱ দত্ত আৰু প্ৰসন্ন দাসে প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য।প্ৰসন্ন দাসে জ্বলাই দিছিল সাধাৰণ বিজ্ঞান আৰু অসমীয়াৰ প্ৰশ্নকাকত। প্ৰসন্ন দাস ডফলাকটা জনজাতি হাইস্কুলৰ এজন শিক্ষক।ধৰা পৰাৰ ভয়তে প্ৰসন্ন দাসে জ্বলাইছিল প্ৰশ্নকাকত।আধা জ্বলা অৱস্থাত উদ্ধাৰ কৰা হল অসমীয়া আৰু বিজ্ঞানৰ প্ৰশ্নকাকত। উল্লেখ্য যে কুমুদ ৰাজখোৱা প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰ মাইণ্ড। বৰ্তমানেও পলাতক অৱস্থাত আছে কুমুদ ৰাজখোৱা।      

Category
Profile picture for user UB Photos