কোনো সাৰি নাযাব! মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ এইপৰ্যন্ত আটক ২২জন।

HSLC

তীব্ৰগতিত চলিছে অভিযান।মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ এইপৰ্যন্ত ২২জনক আটক কৰা হৈছে। গুৱাহাটীত ৩ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এজনক আটক কৰা হৈছে। লখিমপুৰত ৫জন ছাত্ৰক আটক। ধেমাজিৰ পৰা আটক কৰা হৈছে এজন ছাত্ৰক। আনহাতে, ডিব্ৰুগড়ৰ পৰা ৫জনক আটক কৰা হৈছে। শদিয়া আৰু তিনিচুকীয়াৰ পৰা আটক কেইবাজনো ছাত্ৰক।

Category
Profile picture for user UB Photos