
আজি অনুষ্ঠিত হ’ব লগীয়া মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে বাতিল কৰা হৈছিল পৰীক্ষা। বাতিল হোৱাৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।শেহতীয়াকৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে যে অহা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব বাতিল হোৱা সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।
Category
- Log in to post comments