‘মই মদ খোৱাই নাছিলো, মই Occasion ত মদ খাও! মোৰ Anxiety  বেছি হোৱা কাৰণেহে তাত শুই দিছিলো’- দ’ৰা

Nalbari

নলবাৰী বৰখনাজানত অনুষ্ঠিত বিবাহৰ নতুন মোৰ। হোমৰ গুৰিত দৰাই মদ খাই ঢলি পৰাৰ বাবেই কইনাই বিয়া ভাঙিছিল। কিন্তু এতিয়া দৰা আৰু দৰাৰ পৰিয়ালে কইনা আৰু কইনাৰ পৰিয়ালৰ বিৰুদ্ধে বিভিন্ন ভাষ্য কৰিছে। দৰাই জনোৱা মতে- তেখেতে সেইদিনা মদ খোৱাই নাছিল, Occasion ত হে তেখেতে মদ খাই। আৰু বিয়াৰ দিনা Anxiety ৰ বাবেহে শুই দিছিল। আৰু কইনাই দৰাৰ Anxiety থকাৰ কথা জানে বুলিও তেখেতে মন্তব্য কৰে।

উল্লেখ্য যে কইনা আৰু কইনাৰ পৰিয়ালে এই অভিযোগৰ এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া দিয়া নাই।

 

Category
Profile picture for user UB Photos