হোমৰ গুৰিত ঢলং-পলং সুৰাসক্ত দৰা ! মদৰ বাবেই ভাঙিল এখন বিয়া !

Nalbari Marriage

নলবাৰীৰ এখন বিবাহক লৈ চলিছে চৰ্চা নলবাৰীৰ বৰখনাজানত আছিল এইখন বিয়া  দৰা আছিল নলবাৰীৰ গোপালবজাৰৰ কইনা আনিবলৈ গৈ সুৰামত্ত দৰা হোমৰ গুৰিতে বাগৰি পৰিল অভিযোগ মতে দৰাৰ পিতৃও সুৰাসক্ত হৈ আছিল দৰাৰ এনে ৰূপ দেখি কইনাই ’লে চৰম সিদ্ধান্ত। মাতাল দৰাৰ লগত বিয়াত নবহাৰ সিদ্ধান্ত ল’লে কইনাই হাহাকাৰ লাগিল ৰভাস্থলিত  শেষত ৰভাস্থলিত  উপস্থিত  হব লগা হল আৰক্ষীৰ দল কইনাৰ সাহসী সিদ্ধান্তক সমৰ্থন জনাই পৰিয়ালে আৰু শেষত  কইনা অবিহনে উভতিল সুৰাসক্ত দৰা

Category
Profile picture for user UB Photos