ক্ৰিকেটপ্ৰেমীলৈ ভাল খবৰ! গুৱাহাটীত হ’ব IPL ৰ দুখনকৈ মেচ

IPL

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত পুনৰ অনুষ্ঠিত হব ক্ৰিকেট। IPL ৰ দুখন মেচ হব বৰ্ষাপাৰাত। ৫ আৰু ৮ এপ্ৰিলত হব মেচ দুখন।৫ এপ্ৰিলত ৭-৩০ বজাত ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱৰ মাজত অনুষ্ঠিত হব প্ৰথমখন মেচ। ৮ এপ্ৰিলত দিনৰ ৩-৩০ বজাত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত অমুষ্ঠিত হব দ্বিতীয়খন মেচ।   

Category
Profile picture for user UB Photos