‘পিছফালৰ পৰা আহি গোপন অংগত স্পৰ্শ কৰে স্কুটীত অহা আৰোহীয়ে’, মহানগৰীত সুৰক্ষিত নহয় যুৱতী-মহিলা।

Harassment

হানগৰীত সুৰক্ষিত নহয় যুৱতী-মহিলামহানগৰীত পুনৰ যুৱতী নিৰ্যাতনৰ ঘটনাউজানবজাৰৰ যোৰপুখুৰী পাৰত নিৰ্যাতনৰ বলি যুৱতীটুইটযোগে ভুক্তভোগী যুৱতীয়ে জনালে অসম আৰক্ষীকস্কুটীত অহা আৰোহীয়ে হাৰাশাস্তি কৰা অভিযোগসন্ধিয়া হলেই যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগপিছফালৰ পৰা আহি গোপন ঠাইত স্পৰ্শ কৰাৰ অভিযোগ যুৱতী গৰাকীৰনিৰাপত্তাহীনতাত ভুগিছে অঞ্চলটোৰ যুৱতীসকলকঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী, আৰু জি পি সিঙক

Category
Profile picture for user UB Photos