বাল্যবিবাহঃ গ্ৰেপ্তাৰ ১৮০০ ত কৈও অধিক অবৈধ স্বামী

Child Marriage

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান (Assam Drive Against Child Marriage) প্ৰতিখন জিলাতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিছে বাল্য বিবাহৰ (Child Marriage) সৈতে জড়িত শ শ লোক। আজি পুৱা ৮ বজালৈ ১৮০০জন লোক আৰক্ষীৰ জালত পৰিছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Category
Profile picture for user UB Photos