‘১৪ বছৰৰ ছোৱালীক বিয়া কৰালে গাত হাত দিব নোৱাৰিব, স্বামী হ'লেও হাত দিব নোৱাৰিব কোনো যৌন অংগত’

Himanta Biswa Sharma

বাল্য বিবাহৰ  সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে-১৪ বছৰৰ ছোৱালীক বিয়া কৰালে গাত হাত দিব নোৱাৰিব, স্বামী হ'লেও হাত দিব নোৱাৰিব কোনো যৌন অংগত। সন্তান জন্ম হ'লেই যৌন অংগত হাত দিয়া বুলি ধৰা হ'ব। POSCO আইনৰ অধীনত এনে লোকক যাৱজ্জীবন কাৰাদণ্ড দিয়া হ''

Category