ম’ম খাই ভাল পাই নেকি আপুনি? সাৱধান! ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰ!

Momo

ম সকলোৰে প্ৰিয়। বিশেষকৈ ঠাণ্ডাৰ দিনত মমৰ সোৱাদেই সুকীয়া। কিন্তু এই মম আপোনাৰ শৰীৰৰ বাবে বিপদজনকো হব পাৰে। মম মৈদাৰ পৰা বনোৱা হয়। মৈদাত এজডাইকাৰ্বনামাইড, বেনজইল পেৰাক্সাইড প্ৰচুৰ পৰিমাণে পোৱা যায়। মম বোৰ দীৰ্ঘদিনলৈ কোমল কৰি ৰাখিবলৈ ইয়াত এলক্সন নামৰ তৰল পদাৰ্থ যোগ কৰা হয়। যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। মৈদা বনাবলৈ যি বিশেষ বস্তু দিয়া হয় সেয়া শৰীৰৰ বাবে ভাল নহয়। এই বিশেষ বস্তুটোৱে শৰীৰৰ অগ্নাশয়ৰ ক্ষতি কৰে। লগতে ডায়েবেটিছ বৃদ্ধি কৰে।

বিশেষকৈ নন-ভেজ মম অধিক বিপজ্জনক। নন-ভেজ মমত ব্ৰইলাৰ মাংস ব্যৱহাৰ কৰা হয়। যাৰ গুণগত মান অতি বেয়া। যি যিকোনো ব্যক্তিক অসুস্থ কৰি তুলিব পাৰে।

মৰ সৈতে দিয়া ৰঙা চাটনি আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হব পাৰে। ইয়াৰ সোৱাদ বহুত ভাল যদিও ই পেটৰ বাবে ভেল নহয়।

Category