ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ উজ্বলিল উত্তৰ-পূবৰ সন্তান! ছিকিমৰ জেটচেনে আজুৰিলে Sa Re Ga Ma Little Champs ৰ খিতাপ

Jetsen Dona Lama

ঘোষণা হZee Tv  ত সম্প্ৰচাৰিত Sa Re Ga Ma Pa Little Champs ৰিয়েলিটি শ্বৰ বিজেতা। ছিকিমৰ সন্তান জেটচেন ডনা নৃলামাই আজুৰিলে এই খিতাপ। সা ৰে গা মা পা লিটল চেম্প ২০২৩ৰ বিচাৰক আছিল জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন, অনু মালিক আৰু নীত্ মোহনে। জেটচেন ডনা লামা, হৰ্ষ সিকন্দৰ, দনয়ানেশ্বৰী গদাগে, অতনু মিশ্ৰ, অথৰ্ব বক্সী, আৰু ৰাফা য়াচমিন ফাইনেলিষ্ট আছিল এইবাৰৰ Sa Re Ga Ma Little Champs ত। প্ৰথম ৰাৰ্ণাছ আপ হহৰ্ষ সিকন্দৰ। বিজয়ী জেটচেনে এটা ট্ৰফী আৰু ১০ লাখ টকা লাভ কৰিছে। উল্লেখ্য যে আৰম্ভণিৰে পৰা সু গায়িকীৰে দৰ্শক তথা বিচাৰকক আপ্লুত কৰিছিল জেটচেন ডনা লামাই।

Category
Profile picture for user UB Photos