এইবিধ খাদ্য খাওক! বহু গুণে হ্ৰাস কৰিব হাৰ্ট এটেকৰ আশংকা

Suji

হাৰ্ট এটেক যিকোনো মানুহৰ বাবে বিপজ্জনক। সেয়ে এনে বিপদৰ পৰা সতৰ্ক হোৱাটো উচিত। হাৰ্ট এটেকৰ দৰে গুৰুত্বৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চুজি খাবলৈ পৰামৰ্শ দিয়ে স্বাস্থ্য বিশেষজ্ঞ সকলে।চুজিত কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন, ভিটামিন ’, ৰিবোফ্লবিন বি 2, ফলিট বি৯, মেগনেছিয়াম, কেলচিয়াম, আইৰণ,পটাছিয়াম, ছডিয়াম, ডিংক আদি থাকে। এইবোৰ উপাদানে শৰীৰ সুস্থ ৰখাত সহায় কৰে। তদুপৰি চুজিত কলেষ্টৰেল নাথাকে। ফলত ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

Category
Profile picture for user UB Photos