খং উঠিল মন্ত্ৰী অতুল বৰাৰ! খঙতে হাতত ঝাৰু তুলি ল’লে মন্ত্ৰী গৰাকীয়ে! কিন্তু কিয়?

Atul Bora

কাজিৰঙাত হঠাৎ খং উঠিল মন্ত্ৰী অতুল বৰাৰ ৷খঙতে হাতত ঝাৰু তুলি লে মন্ত্ৰী গৰাকীয়ে   সমানে হাতত ঝাৰু তুলি লে প্ৰধান মুখ্য বন সংৰক্ষকৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে ৷সোমবাৰে কাজিৰঙাত বন বিভাগৰ এখন বৈঠকত অংশ বলৈ মন্ত্ৰী অতুল বৰা উপস্থিত হৈছিল কহঁৰা স্থিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত ৷কিন্তু কাষতে থকা জীপ ছাফাৰী সন্থাৰ কাৰ্যালৰ সন্মুখ ভাগৰ কদৰ্য ৰূপ দেখি বিতুষ্ট হৈ নিজেই হাতত ঝাৰু লৈ নামি পৰিল চাফাই অভিযানত মন্ত্ৰী বৰাৰ চাফাই অভিযানত সংগ দিলে বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে ৷এই ক্ষেত্ৰত একাংশৰ মতে কিছু দিনৰ পূৰ্বে অনুষ্ঠিত চৰকাৰ বস্ত্ৰ মেলাৰ বাবেহে বিনষ্ট হৈছে পৰিৱেশ আনহাতে মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে যে পৰ্যটনৰ সময়চোৱাত কাজিৰঙাত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে সমাগম হয় বনভোজ দলৰো    কিন্তু কাজিৰঙাৰ পৰিবেশ সুন্দৰ কৰি ৰখাতো সকলোৰে দায়িত্ব লাগে   আনহাতে প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে জীপ ছাফাৰী সন্থাৰ কাৰ্যালয়ৰ সন্মুখ ভাগৰ বিশৃংখল অৱস্থা প্ৰত্যক্ষ কৰি অসন্তুষ্টি প্ৰকাশ কৰে কাৰণ এই এলেকাটোৰ পৰাই দেশীবিদেশী পৰ্যটকে জীপছীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰম বাবে যাত্ৰা কৰে গতিকে জীপ ছাফাৰী সন্থাকো সতৰ্ক কৰি দিয়া বুলি তেওঁ মন্তব্য কৰে

Category
Profile picture for user UB Photos