মেজিৰ জুইয়ে নাশ কৰক অপায়-অমংগল! ভোগালীক আদৰিলে অসমবাসীয়ে

Bhogali

আজি মাঘৰ প্ৰথমটো দিন। মাঘৰ পুৱা মংগল কামনাৰে মেজি জ্বলাই সকলোৱে আদৰিলে মাঘ বিহুক। শীতৰ কুৱঁলীত পথাৰত সকলোৱে একেলগ হৈ অপায়, অমংগল, অসূয়া-অপ্রীতি সকলো নিপাত যোৱাৰ আশাৰে, পূজাপাৰ্বন, নৃত্যগীতেৰে ডেকাবুঢ়া, পুৰুষমহিলা সকলোৱে মেজিৰ জুই জ্বলায়। উৰুকা নিশা ভোজ ভাত খাই আজি পুৱা মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত সেৱা জনালে সকলোৱে।

Category
Profile picture for user UB Photos