মাজত মাত্ৰ কেইটিমান মুহূৰ্ত, সাজু টীম ইণ্ডিয়া! চাওক অনুশীলনৰ কেইখনমান Exclusive ফটো

Virat Kohli

মাজত মাত্ৰ কেইঘন্টামান সময় তাৰ পিছতে হব এক ৰোমাঞ্চকৰ খেল।

1

অসমবাসীৰ মাজত এতিয়া ব্যাপক উচ্ছাহ।

2

দেওবাৰ আৰু সোমবাৰে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় দলটি।

৩

আজি সন্ধিয়া ৫ বজাৰ পৰা অনুশীলন আৰম্ভ কৰে ভাৰতীয় দলৰ খেলুৱৈ সকলে।

5

খেলখনক লৈ আশাবাদী ভাৰতীয় দলটি।

6

খেলখন সুকলমে পাৰ হৈ যোৱাৰ আশা কৰিছে অসম ক্ৰিকেট সন্থা।

7

এই খেলখনৰ ওপৰতেই নিৰ্ভৰ কৰিব চলিত বছৰত হবলগীয়া বিশ্বকাপ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হব নে নহয়।

8

 

Category
Profile picture for user UB Photos