চৰকাৰৰ শলাগনীয় পদক্ষেপ!মৰাণ-টিংখঙত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

Himanta

আজি ধুমুহা-শিলাবৃষ্টিৰ কৱলত পৰিছিল মৰাণকে ধৰি ডিমৌৰ দাতিকাষৰীয়া অঞ্চল।বহুতো পৰিয়ালৰ ঘৰৰ লগতে শস্যও নিঃশেষ হয় এই শিলাবৃষ্টিত।মৰাণ, টিংখঙকে ধৰি উজনি অসমৰ বিভিন্ন ঠাইত ধুমুহা-শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে চৰকাৰী বিষয়াক ক্ষয়-ক্ষতিৰ মূল্যায়ন সংগ্ৰহ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Category
Profile picture for user UB Photos