মৰ্মান্তিক! শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি ল’লে মাতৃ-পুত্ৰই

Fire

তিনিচুকীয়াৰ পানীতোলাত ভয়াৱহ অগ্নিকাণ্ড ঘটনা শুই থকা অৱস্থাতে এগৰাকী মহিলা আৰু এটা দুবছৰীয়া সন্তান অগ্নিদগ্ধ হৈ মৃত্যু মহিলা গৰাকী নাম পূৰ্ণম গোৱলা পানীতোলা জলপনীয়া পথত এই মৰ্মান্তিক ঘটনানিশা শুই থকা অৱস্থাত সংঘটি হৈছিল ভয়ংকৰ অগ্নিকাণ্ডটো।  

 

Category
Profile picture for user UB Photos