যোৰহাটৰ বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হ'ল সকলো! কিন্তু থিয় হৈয়ে ৰ'ল ৰূপকোঁৱৰ

Jyotiprashad Agarwala

যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড জাহ গ'ল কেইবাখনো দোকান, আৰু এটা অট্টালিকা কিন্তু একে অৱস্থাতে থাকিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি।

Jorhat

উল্লেখ্য যে ৩২ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে ১১ ঘন্টা ধৰি চেষ্টা কৰিও নিৰ্বাপিত কৰিব পৰা নাই জুই।

Category
Profile picture for user UB Photos