মৰ্মান্তিক! মণিপুৰত দুৰ্ঘটনাত পতিত হ'ল শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা বাছ। নিহত ১০ গৰাকীতকৈ অধিক ছাত্ৰী।

Accident

মণিপুৰত শোকাৱহ বাছ দুৰ্ঘটনা। ননে জিলাৰ বিষ্ণুপুৰত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত কেইবাগৰাকী ছাত্ৰীৰ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰে বাছ খন।

Manipur

থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ গৈছিল শিক্ষাৰ্থী সকল।দুৰ্ঘটনাত আহত ছাত্ৰীক হাস্পতালত ভৰ্তি।

Category
Profile picture for user UB Photos