বলিউডৰ জনপ্ৰিয় যুটি ভিকি-কেটৰ কেইখনমান নেদেখা ফটো! বিবাহ বাৰ্ষিকী উপলক্ষে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ভিকি-কেটে

Kat

আজি বলিউডৰ জনপ্ৰিয় যুটি ভিকি কৌষল আৰু কেটৰিনা কেইফৰ যুগ্ম জীৱনৰ পাতনি মেলা ১ বছৰ সম্পূৰ্ণ হল।প্ৰথম বিবাহ বাৰ্ষিকীত তাৰকা দুইগৰাকীয়েই তেওঁলোকৰ ফটো শ্বেয়াৰ কৰি বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰে।

Vicky

 

তাৰকা ভিকি কৌষলে লিখে-সময় উৰি যায়... কিন্তু আপোনাৰ সৈতে আটাইতকৈ যাদুকৰী উপায়েৰে উৰিযায় এই সময়। আমালৈ বিবাহৰ এবছৰৰ শুভেচ্ছা। মই তোমাক তুমি কল্পনা কৰিব নোৱাৰাতকৈ বেছি ভাল পাওঁ!

Couple

আনহাতে মোহময়ী অভিনেত্ৰী কেটৰিনা কেইফে লিখিছে-‘মোৰ পোহৰৰ ৰশ্মি, শুভ ১ বছৰ

Category
Profile picture for user UB Photos