বিয়াৰ বাবেই সভাপতি পদৰ পৰা পদত্যাগ কৰিলে দীপাংক কুমাৰ নাথে!

AASU

আজি আছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে দীপাংক কুমাৰ নাথে। পদত্যাগৰ পিছতে অসমবাসীৰ মনত নানা প্ৰশ্নৰ সৃষ্টি হ'ল। আচলতে  ১৫ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ'ব প্ৰাক্তন সভাপতি গৰাকী। সেয়েহে পদত্যাগ কৰিলে দীপাংক কুমাৰে। দীপাংক কুমাৰ নাথৰ পদত্যাগৰ লগে লগে উৎপল শৰ্মাক আছুৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে।

Category
Profile picture for user UB Photos